Posted On: September 24th 2025, 05:12 pm
অসমৰ হাৰ্থ্ৰৱ আৰু যে আমাৰ মাজত নাই ভাবি বৰ কষ্ট পাও , অকল ময়েই নহয় গোটেই অসমে কষ্ট পায়। কিজে হৈ গল হঠাতে।জুবিন দা আমি আপোনাক কেতিয়াও নাপাহৰো, আপুনি জীয়াই থাকিব সদায় আমাৰ মাজত। আপুনি ইমান দিনে অসমৰ কাৰণে যি কৰিলে আমি সকলো তাৰ বাবে সিৰকৃতজ্ঞ। জতে আছে ভালকৈ থাকিব কাৰণ আপুনি অসমৰ বহুত মৰমৰ। জয় জুবিন দা। 🥺🙏
Video credit :
@justassamthings.exe#zubeengarg