Posted On: November 26th 2025, 05:12 am
নৱৰূপ~♡ THE NAME WHERE EVERYTHING STARTED[2013~2025]
দশম শ্ৰেণী ●স্মৃতিবোৰ বনাবলৈ আৰু সাচিবলৈ হে শিকালা তুমি......কিতাপৰ ওজন দাঙিবলৈ পৃথিৱীখনক চিনিবলৈ শিকালা তুমি হে নৱৰূপ🧿😭
এতিয়া স্মৃতিৰ ভাৰ কঢ়িয়াও কেনেকৈ??
~উওৰত সময় আজি নিৰুত্তৰ.....😔
চাওঁতে চাওতে এই 12 বছৰীয়া মধুৰ যাত্রাৰ সমাপ্তি 🥀❤
এই 12 বছৰে আমি যি এক পৰিয়ালৰ দৰে....সদায়েই কৰা হাহিঁ ধেমালিবোৰ স্ফুৰ্তিবোৰ যেন আজি কোনোবাখিনিত থমকি ৰৈছে....💔🧿
যিখন বিদ্যালয় আমাৰ বাবে আমাৰ দ্বিতীয়খন ঘৰ,দ্বিতীয়টো পৰিয়াল আৰু আজি যেন সেই এটা যুগৰ পৰিসমাপ্তি.....😭🫂🫀
●ভালে থাকক সদায়🧿❤
জয়তু নৱৰূপ জাতীয় বিদ্যাপীঠ ❤
•25.11.2025❤️🩹
#10thclass