Posted On: September 24th 2026, 02:29 pm
আমাৰ নল বিৰিণা লগ দলক বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আৰু উৎসাহ যোগাই অহা শ্ৰীযুত উৎপল গগৈ দেৱক দলৰ তৰফৰ পৰা সৰুকৈ মৰম যাচিলোঁ ।।। আপুনি আমাক দিয়া সাহস আৰু আশীৰ্বাদ বাবে আমি আপোনাৰ ওচৰত সদায় চিৰ কৃতজ্ঞ হৈ থাকিম ।।।
জয়তু নল বিৰিণা লগ বিহু দল