Posted On: October 23rd 2026, 10:42 am
মোৰ আইতা হয় ক'বলে গ'লে মৰিগাঁও জিলা ভিতৰতে ডাঙৰ সকলো আশিবাদ কৰিব আইতাক যাতে ভগবানেভালে ৰাসে ।পাৰ হৈ যোৱা দিনবোৰ আজিওঁ
মনত পৰে । যেতিয়া
স্কুল যোৱা সময় মতে নপঢ়িলে সোকালে নুঠিলে আইতাই বহু খংড কৰিছিল মাতকৈ বেছি শাসন
কৰিছিল । কাৰণ এই পৃথিৱীত যাতে মই ভাল মানুহ হয় আগোয়ই যাওঁ মোৰ তেতিয়া বহুত খং উঠিছিল কাৰণ বুজা নাছিলো । এতিয়া ডাঙৰ হয় বুজিছো
আইতা কিয় গালি দিছিল মোৰ ভাল বাবে murআইতা val pai like comment share koribo❤️❤️😍😍❤️❤️❤️💫💫💫,love you আইতা।
Load More