Posted On: November 3rd 2026, 03:39 am
আমাৰ চাহ বাগিচাৰ মাতৃস্বৰূপা আইসকল আৰু বাইদেউ-ভণ্টিসকলে অশেষ কষ্ট কৰি ৰ’দ-বৰষুণকো নেওচি দিনটো চাহপাত তোলে। নিজৰ ঘাম আৰু পৰিশ্ৰমেৰে চাহ উদ্যোগক জীয়াই ৰাখিছে। কিন্তু ইমান কষ্ট কৰাৰ পিছতো তেওঁলোকে প্ৰাপ্য মজুৰি নাপায়। সঁচাকৈয়ে এয়া অতি দুখজনক আৰু চিন্তনীয় বিষয়।
তেওঁলোকৰ শ্ৰমৰ উচিত মৰ্যাদা আৰু প্ৰাপ্য পাৰিশ্ৰমিক পোৱাটো তেওঁলোকৰ অধিকাৰ। �
#ASSAMTEAGARDEN #TEAGARDENWORKERS #ASSAM #WOMENEMPOWERMENT #WORKERSRIGHTS