Instagram story viewer> @iamnekibur> Posts
447
followers
451
following
the best is yet to come
POSTS STORIES REELS TAGGED
জুবিন গাৰ্গ [১৮ নৱেম্বৰ, ১৯৭২- চিৰকাল]
তেওঁ আহিলে
গীত গালে
অসমীয়াৰ হৃদয় জিনিলে
আৰু শেষত আমাক নিঠৰুৱা কৰি এৰি থৈ গুচি গ'ল কোনেও নেদেখা এক অজ্ঞাত পৃথিৱীলৈ...

জুবিন দা আপুনি যতেই আছে শান্তিৰে থাকক, আপুনি আমাৰ হৃদয়ৰ আটাইতকৈ আপোন। 

দোষীক শাস্তি দিবই লাগিব, আমি সকলোৱেই একেলগ হৈ মাত মাতিবই লাগিব। এই মৃত্যু স্বাভাৱিক নহয়, অমনোযোগিতা আৰু দ্বায়িত্বহীন তথাকথিত জাতিৰ দালালি কৰা বেপাৰী এটা, দগাবাজ মেনেজাৰ এটা আৰু কেইটামান মস্তিষ্কবিহীন তথাকথিত প্ৰবাসী অসমীয়াৰ আমোদ বিনোদনৰ বাবে আজি জুবিন গাৰ্গ নামৰ সত্তাটো অকালতে আমাৰ মাজৰ পৰা গুচি গ'ল চিৰদিনৰ বাবে। 

Zubeen said - fight against injustices. Today, that fight is for our king Zubeen Garg himself.

A true follower of Che Guevara, Zubeen lived by the spirit of revolution - speaking for the voiceless, standing against the powerful, and reminding us that silence in the face of injustice is betrayal.

His death was not fate, it was carelessness. And while the convicts roam carefree, Assam mourns a revolutionary artist whose voice shook generations.

To honor Zubeen is to carry forward his fight - to demand justice, to hold the guilty accountable, and to refuse to bow down until truth prevails. 

#JusticeForZubeen
#OurKingZubeen
#CheGuevaraSpirit
#VoiceOfAssam
#FightInjustice
#StandWithTruth
#ArrestShyamkanuMahanta
#ArrestShidharthaSharma by @iamnekibur
0
a year ago
Download
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক - পাঠশালা অধিৱেশন: বজালী ২০২৫।। taken in Bajali, Pathsala by @iamnekibur
1
2 years ago
Download
ৰংপুৰৰ ৰংঘৰ💛 taken in শিৱসাগৰ : অসমৰ ঐতিহাসিক ৰাজধানী by @iamnekibur
1
4 years ago
Download
 by @iamnekibur
1
17 days ago
Download
A token of love and gratitude from us to our beloved Professor on her retirement day. 📚🌸
#potrait #painting #simantaArt by @iamnekibur
2
7 months ago
Download
জুবিন অবিহনে জীৱন অচল।
বৰ অকলশৰীয়া হৈ পৰিলোঁ অ' জুবিনদা। 
অকল্পনীয়, অবিশ্বাস্য, অসহ্যকৰ!!!

ৰাতিপুৱাৰ চাহ কাপৰ পৰা ৰাতি বিচনাত পৰি টোপনি যোৱালৈ মোৰ জীৱন এনেকৈ আপোনাৰ গীত শুনিয়েই পাৰ হৈ যায়। সৰু থাকোঁতেই জুবিন গাৰ্গৰ লগত চিনাকি হৈছিল আমাৰ ঘৰৰ বেৰত আৰি থোৱা দীঘল চুলিৰ হাতত গীতাৰখন লৈ পজ' দি বহি থকা ক্ষীণ দেহৰ যুৱকজনৰ ফটোখনৰ যোগেদি, তেতিয়াৰ পৰাই অসমীয়া সংগীত ভাল পাওঁ, সেই তেতিয়াৰ পৰা জুবিন গাৰ্গক ভাল পাওঁ। যেতিয়া ৰেডিঅ' আকাশবাণী অথবা এফ এমৰ কোনো অনুস্থানত আপোনাৰ গীত বাজে, তেতিয়া আপোনাৰ গীতৰ কিছুমান শব্দৰ অৰ্থ বুজি নাপাওঁ, কিন্তু কিয় জানো আপোনাৰ গীতত মোৰ মনটো অস্থিৰ হৈ পৰিছিল!! আপোনাৰ সুৰৰ প্ৰতিটো ছন্দই যেন মোক লৈ যায় কোনোবা অজান মুলুকলৈ!!
আপোনাৰ গীতে মোক নিসংগতাৰ মাজতো সংগ দিয়ে, হেৰোৱাই পেলাওঁ মোৰ মনৰ ভিতৰত জ্বলি থকা অব্যক্ত বিষাদৰ দাবানল | স্ফুৰ্টিতো আপোনাৰ গীতেই মই শুনো, বিষাদতো আপোনাৰ গীতেই মোৰ একমাত্ৰ সংগী| আপোনাৰ গানেই মোক জিয়াই ৰাখিছে।
সংগীত জগতৰ আটাইতকৈ উজ্জ্বল তৰাটি কৰবাত হেৰাই গ'ল, অসমীয়া সংগীতৰ হৃদয়খন যেন আজি ভাগি চিগি গ'ল।
আজিৰ এই আকস্মিক খবৰটোত হঠাতেই দূৰৈৰ চিনাকি পাহাৰখন খহি পৰা যেন অনুভৱ হ'ল, ঘৰৰ এজন প্ৰিয় সদস্য হেৰাই যোৱা যেন অনুভৱ হৈছে। এতিয়াও মোৰ সৰ্বশৰীৰ কপি আছে। বিশ্বাস কৰিব পৰা নাই আপুনি যে আৰু নাই। শব্দহীন, বাকৰুদ্ধ, নিস্তব্ধ কৰি থৈ আপুনিও অৱশেষত গুচি গ'ল। 

মৃত্যু যদি শিল্প হয়
সেই মৃত্যু কিদৰে সুলভ? by @iamnekibur
0
a year ago
Download
peace of mind💌 taken in Somewhere On Earth :) by @iamnekibur
4
2 years ago
Download
✍️ by @iamnekibur
33
2 years ago
Download
sunsets are the proof that endings can be beautiful too. by @iamnekibur
1
3 years ago
Download
treating myself to some me time😌

#AssamBookFair2023 by @iamnekibur
14
3 years ago
Download
 by @iamnekibur
4
3 years ago
Download
Sunshine is a metaphor for life, being alive, being able to see a new day... and goes on. taken in Shillong by @iamnekibur
0
3 years ago
Download

Download All

Save the photos and videos currently loaded on this page.

0Photos
0Videos
Ready to download 0 / 0

Keep this tab open until your download is ready.

back to up