Instagram story viewer> @lakhya835> Posts
648
followers
1791
following
journalist
POSTS STORIES REELS TAGGED
It's a memorable time take Interview with Pritam ji

#pritamchakraborty 
@ipritamofficial by @lakhya835
1
4 months ago
Download
এনেয়ে তেওঁক নকয় ৰাজনীতিৰ চাণক্য বুলি.... by @lakhya835
0
5 months ago
Download
Happy birthday @jatinbora01 Dada 💐🎂 by @lakhya835
0
6 months ago
Download
শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ সপ্তমীত আটাইলৈকে আন্তৰিক শুভেচ্ছা। 🌸
মা দুৰ্গাই সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু আশীৰ্বাদেৰে ভৰাই তোলক। সকলো দুখ-কষ্ট দূৰ কৰি প্ৰতিটো পৰিয়াললৈ কঢ়িয়াই আনক সুখৰ বতৰা। ❤️
জয় মা দুৰ্গা! 🙏🔱🌺
#শুভসপ্তমী #HappySaptami #MaaDurga #DurgaPuja2026 #জয়মাদুৰ্গা #শাৰদীয়দুৰ্গোৎসৱ by @lakhya835
0
a day ago
Download
The Night Glows, The Soul Celebrates....

#DurgaPuja #MaaDurga #FestivalOfLights #PujaVibes #DurgaPuja2026 FestiveGlow by @lakhya835
0
2 days ago
Download
HOW CAN ASSAM CELEBRATE WITHOUT ZUBEEN DA? 💔

#ZubeenGarg #JoiZubeen
 #NeverforgottonzubeenDa by @lakhya835
0
2 days ago
Download
🔱 মা আহিছে… অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ জয়ৰ বতৰা লৈ! 🌺❤️

মহাষষ্ঠীৰ পৰাই আৰম্ভ শাৰদীয় দুৰ্গোৎসৱৰ পৱিত্ৰ যাত্ৰা। ঢাকৰ শব্দ, শংখৰ ধ্বনি আৰু ভক্তিৰ আবেগেৰে মুখৰিত হওক চৌদিশ।

🙏 মা দুৰ্গাই সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি।

জয় মা দুৰ্গা! 🌺🔱

#মাদুৰ্গা #মহাষষ্ঠী #শাৰদীয়দুৰ্গোৎসৱ #দুৰ্গাপূজা #জয়মাদুৰ্গা #DurgaPuja #MaaDurga #DurgaMaa #FestiveVibes by @lakhya835
0
3 days ago
Download
Puja puja Vibes 

 #dhaak 
#pujaspecial 
 #maadurga by @lakhya835
0
3 days ago
Download
মুখা পিন্ধা অমৃতপ্ৰভাই মুখ নোখোলে।

১৯ ছেপ্টেম্বৰত য়ট পাৰ্টীত কি হৈছিল সেইদিনা জুবিন গাৰ্গৰ সৈতে?

কিয় এতিয়া নিমাত অমৃতপ্ৰভা?

অসমৰ ৰাইজে জানিব বিচাৰিছে জুবিন দাৰ সৈতে সেইদিনা কি হৈছিল? #zubeencasecourtupdate 
 #JusticeForZubeenGarg by @lakhya835
0
3 days ago
Download
অমৃতপ্ৰভাৰ অধিবক্তা সকলৰ হৈছে কি?
কালি এজনে Bodyguard ৰ কাম কৰিলে আজি আকৌ এজনৰ দাদাগিৰী।
প্ৰশ্ন কৰিলেও সমস্যা,একো নকৰিলেও সাংবাদ মাধ্যমৰ কেমেৰাত হাত দিয়ে। 
 #ZubeenCaseCourtUpdate by @lakhya835
0
4 days ago
Download
The wait is almost over… 🥹❤️
The sound of the dhaak, the fragrance of shiuli flowers, the glow of the lights, and the arrival of our beloved Maa Durga! 🌼🙏

#MaaDurga #DurgaPuja2026 #MaaAsche #DurgaMaa #FestiveVibes JaiMataDi শাৰদীয়দুৰ্গোৎসৱ by @lakhya835
0
4 days ago
Download
অমৃতপ্ৰভাক এতিয়া সাংবাদিকে একো সুধিবই নোৱাৰিব নেকি?

সাংবাদিকে প্ৰশ্ন কৰোতেই অমৃত প্ৰভাৰ অধিবক্তাৰ ধমক যে???

 #zubeencaseupadte 
 #fastrackcourt 
 #JusticeForZubeenGarg by @lakhya835
1
5 days ago
Download

Download All

Save the photos and videos currently loaded on this page.

0Photos
0Videos
Ready to download 0 / 0

Keep this tab open until your download is ready.

back to up