Instagram story viewer> @pabitratant> Posts
571
followers
697
following
!! स्वयं भव, न दर्शयतु !!
!! यत्कर्म कुरुते तदभिसंपद्यते !!
!! अतः अस्ति प्रारंभ !!
!! धमी रक्षति रक्षितः !!
!! आत्मानं तर्पय, न समाजम् !!
POSTS STORIES REELS TAGGED
সকলো উত্তৰ এজনৰ হাতত নাথাকে, সকলো পথৰ সন্ধান এজনৰ চকুত নোলায়; কেতিয়াবা অনুজৰ এটি সৰল প্ৰশ্নই অগ্ৰজৰ চিন্তাৰ দুৱাৰ খুলি দিয়ে, কেতিয়াবা অগ্ৰজৰ এটি সৰু পৰামৰ্শই অনুজৰ জীৱনলৈ নতুন পোহৰ আনে। এনেকৈও কেতিয়াবা মুকলি বতাহ স্পৰ্শ কৰিব পাৰি। by @pabitratant
0
7 days ago
Download
শব্দবোৰ কিমান নিসংগ হলে
নিজৰ অৰ্থও হেৰুৱাই পেলায়?
কিমান অভিমান বুকুত পুহিলে
নীৰৱতাইও কথা ক’বলৈ পাহৰি যায়? by @pabitratant
88
8 days ago
Download
কতেনো হেৰাল দূৰৰ শুকুলা পাহাৰ... by @pabitratant
41
4 months ago
Download
ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী(২০২৩-২০২৬)
অসমীয়া বিভাগ, ছয়দুৱাৰ মহাবিদ্যালয়(স্বায়ত্তশাসিত)। by @pabitratant
8
5 months ago
Download
নাই যি নাই উৰাল ঢেঁকীৰ চাব এটাকে নুশুনি, 
কেউফালে পানী,
ক'ৰবাত অকনমান শুকনিমুৱা, 
ক'ৰবাত ডোঙা বান্ধি আছে একঁকাল।। by @pabitratant
6
5 months ago
Download
সূৰ্য নথকা দেশত জোনবাইৰ বা কি কাম? by @pabitratant
0
6 months ago
Download
ছিঙা তাঁৰৰ শব্দত
ৰক্তস্ৰাৱী বক্ষৰ বেদনা
কাপুৰুষ আত্মাই বুজিব জানো
কিমান অপৰাধী নিজেই নিজৰ?

@abhijitdas by @pabitratant
13
8 months ago
Download
ইয়াৰ পৰাই সূৰ্য উদয় হয়। taken in Chaiduar College by @pabitratant
0
8 months ago
Download
#Justiceforzubeengarg by @pabitratant
0
9 months ago
Download
सर्वहानन्तरं आत्मानं जीवत्वा धारयितुं शिका यावत् एकदिने सफलतायाः आत्मगौरवेण अपि त्वां गौरवान्वितं करिष्यति।👆 by @pabitratant
9
9 months ago
Download
আকৌ পোহৰ হৈ অহাৰ বাটেৰে., by @pabitratant
0
10 months ago
Download
🙏 by @pabitratant
10
10 months ago
Download

Download All

Save the photos and videos currently loaded on this page.

0Photos
0Videos
Ready to download 0 / 0

Keep this tab open until your download is ready.

back to up