Instagram story viewer> @prakash_chinte> Posts
POSTS STORIES REELS TAGGED
#stand_with_pm_modi
Narendra Modi
Himanta Biswa Sarma
Padma Hazarika by @prakash_chinte
2
2 days ago
Download
ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আজি তেজপুৰত আয়োজিত জন জাগৰণ সমদল by @prakash_chinte
1
2 days ago
Download
Silent Vibes, Royal Attitude, Unstoppable Dreams. 👑 by @prakash_chinte
4
3 days ago
Download
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত সৰুভগীয়া গাৱঁৰ নামঘৰত অনুষ্ঠিত হোৱা  দস্যু ৰত্নাকৰ নাট খনৰ মূল অভিনয় কৰা Madhurjya Borah দাই সুন্দৰ অভিনয়ে দৰ্শকক মোহাচ্ছন্ন কৰাই চমক সৃষ্টিৰে প্ৰসংশা বুটলিবলৈ সক্ষম হৈছে ৷ by @prakash_chinte
0
6 days ago
Download
“মৃত্যু চিৰবিদায় নহয়, স্মৃতিৰ মাজত আপোনালোকে সদায় জীয়াই থাকিব।
মামা আৰু ভাইটি, আপোনালোকৰ অভাৱ কেতিয়াও পূৰণ নহ’ব।
শ্ৰদ্ধাঞ্জলি আৰু অশ্ৰুসিক্ত স্মৰণ। 🕯️💐” by @prakash_chinte
1
13 days ago
Download
শুভ বিবাহৰ আন্তৰিক শুভেচ্ছা। তোমালোকৰ নতুন জীৱন সুখ, শান্তি আৰু অশেষ মৰমেৰে ভৰি উঠক।” ❤️
#Hrishiraj_Bhagwati by @prakash_chinte
2
17 days ago
Download
🌸 সৰু সৰু মুহূৰ্ত, ডাঙৰ ডাঙৰ স্মৃতি — মোৰ ভতিজীৰ সৈতে। by @prakash_chinte
2
20 days ago
Download
“ৰক্তৰ নহ’লেও মৰমৰ বন্ধনে গঢ়া আমাৰ ভাই-ভণ্টিৰ সম্পৰ্ক। 🤗” by @prakash_chinte
6
24 days ago
Download
 by @prakash_chinte
0
a month ago
Download
🕯️ স্মৃতিত জুবিন দালৈ 🕯️
 আজি তোমাৰ বিদায়ৰ এবছৰ সম্পূৰ্ণ হ’ল। সময় আগবাঢ়ি গৈছে, কিন্তু তোমাৰ মৰম, হাঁহি, ভাল ব্যৱহাৰ আৰু অসংখ্য স্মৃতি আজিও আমাৰ হৃদয়ত সজীৱ হৈ আছে।
 তুমি আমাৰ মাজত নাথাকিলেও তোমাৰ স্মৃতিবোৰে সদায় আমাক সংগ দি থাকিব। তোমাৰ সৎ কৰ্ম আৰু সুন্দৰ ব্যক্তিত্ব চিৰদিন আমাৰ মনত অম্লান হৈ থাকিব।
 প্ৰথম মৃত্যু বাৰ্ষিকীত তোমালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। ঈশ্বৰে তোমাৰ বিদেহ আত্মাক চিৰশান্তি প্ৰদান কৰক।
 শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, জুবিন দা। 🕯️ ওঁ শান্তি 🕯️
Zubeen Garg by @prakash_chinte
0
a month ago
Download
Heartiest birthday wishes to Shri Narendra Modi Ji. May this special day bring you joy, good health, and renewed energy to continue your dedication to the people of India.
highlight by @prakash_chinte
0
a month ago
Download
মৰমৰ Prince Saikia দালৈ জন্ম দিনৰ হীয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ । by @prakash_chinte
0
a month ago
Download

Download All

Save the photos and videos currently loaded on this page.

0Photos
0Videos
Ready to download 0 / 0

Keep this tab open until your download is ready.

back to up