Instagram story viewer> @_aonkyr._> Tagged
POSTS STORIES REELS TAGGED
#bihureels #viral #world
আবতৰীয়া বিহু 
  যোৰহাট জিলাৰ, টীয়কৰ পীড়াকটা অঞ্চল আহোম ৰাজত্বৰ ঐতিহাসিক কীৰ্তিচিহ্ন মৈদাম, পুখুৰীৰে ভৰপূৰ । পীড়াকটা নমতীয়া গোহাঁই গাঁৱত থকা কাপ্তান গোহাঁই আৰু তেওঁৰ পত্নী পদ্মাৱতী আইদেউৰ মৈদামে কুঁৱৈগঞা বংশৰ ঐতিহ্য জিলিকাই ৰাখিছে । 
  পীড়াকটাৰ জেৰেঙা বিহু দলৰ অতি সুন্দৰ বিহু নাম ফাঁকিত নচাৰ প্ৰয়াস কৰিছোঁ, নাচোন ভংগীত ভুল ৰৈ যোৱাটো স্বাভাৱিক ।#assam #reel
108
📚🔖
34
Die with memories not regret 🐉
115
🥷🏻

#justiceforzubeengarg✊️ 
#zubeengarg 
#joizubeenda❤️ 
#viralpost 
#fypage
73
তুমি হেঁপাহৰ সেউজীয়াবোৰ হোৱা
তুমি সপোনৰ নীলাখিনি হোৱা
তুমি আৱেগৰ এপাহি ফুল নতুবা 
মোৰ জীৱন-যৌৱনৰ সাধনা হৈ ৰ'বা....
39
তুমি দুচকুত আৱদ্ধ বাবেই চাগে মোৰ হৃদয়ত অন্য সকলো নিষিদ্ধ।।🌚

#fypppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppppp 
#virel 
#instagood 
#zubeengargmusic❤️👀🎧 
#justiceforzubeengarg✊️
69
বহাগৰ আগমন ❤️‍🩹💐.......
.
.
.
.
.
#newpost #explore #viral #instagood
176
back to up