Instagram story viewer> @mpkardongmp> Tagged
POSTS STORIES REELS TAGGED
🌿🪔 সকলোলৈকে আগতীয়াকৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। 🪔🌿

তুলসীৰ তলত জ্বলি উঠক আশাৰ বন্তি, আঁতৰি যাওক সকলো দুখ-দুৰ্দশা। প্ৰতিটো পৰিয়াললৈ নামি আহক সুখ, শান্তি, সমৃদ্ধি আৰু আনন্দ। ভগৱানে সকলোৰে জীৱন পোহৰাই তোলক মৰম আৰু আশীৰ্বাদেৰে। 🙏❤️

🌾 শুভ কাতি বিহু 🌾 🪔 সকলোৰে জীৱন সুখ-শান্তিৰে উজলি উঠক। ❤️🙏

#commentlikesharefollow
61
back to up