Instagram story viewer> @xopun.cm> Tagged
POSTS STORIES REELS TAGGED
আজি আমি 19 September দিনা জুবিন দিৱস হিচাপে উদযাপন কৰিলোঁ। জুবিন দা আপুনি যতে থাকা তাতেই ভালে থাকক। আপুনি আমাৰ বাবে বিশেষ আছিলা আৰু বিশেষ হৈ থাকিব। আমি ডাঙৰ এটা অনুষ্ঠান সজাই তোলাই কৰি পুঁজি কৰিব নোৱাৰিলেও সৰু এটা বাককগৃহত  আপোনাক মনত পৰি 1 ডাল দুপ কাটি জ্বলাই স্মৰণ কৰিলোঁ। আপোনাৰ লগত আমি আছোঁ আৰু থাকিব। আপোনাৰ গান,আপোনাৰ হুৰ আজিও আছে আৰু অনন্ত কাললৈ থাকিব। জয় জুবিন দা। জুবিন দা সমৰ সহক। 🙏🙏🙏🎀✨। JUSTICE FOR JUBIN DAAA.
17
Without Prectice👆 পৃথিৱীৰ আটাইতকৈ ধুনীয়া পৰিস্থিতি টো হৈছে গান।  আমি আমাৰ মিচিং গানৰ হুৰেৰে অলপ আনন্দ উপবোক কৰিলোঁ, গতিকে  আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব, আৰু নিজেও লিখা কিছুমান গান আছে ,কেতিয়াবা তিক এনেদৰে নিশ্বই  গায় ওনাম। আশীৰ্বাদ কৰিব  যাতে আপোনালোকৰ আশীৰ্বাদ দি আৰু আগলৈ যাব পাৰোঁ। ❣️🎀🥰
35
Ayanam....#insta #explorepage #style #india #assam
64
back to up